সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Tue, Oct 2026

লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য

লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য

লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য

ৰাজ্যত পুনৰ সংঘটিত হৈছে    লাভ জেহাদৰ চাঞ্চল্যকৰ ঘটনা।পুনৰ এবাৰ প্ৰশ্ন উঠিছে নাৰীৰ সুৰক্ষা ব্যৱস্থাক লৈ, গড়লৰ হোমষ্টে’ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যু। নিশা বন্ধুৰ সৈতে হোমষ্টে’লৈ গৈছিল নিমিষা মাজনিশা মাতৃলৈ ফোন কৰি মাৰধৰৰ অভিযোগ কৰিছিল নিমিষাই । ফোন কৰাৰ পাছতেই চুইচড অফ হৈ পৰিছিল ম’বাইল ফোন হোমষ্টে’ৰ পৰা নিমিষাৰ মৃতদেহ উদ্ধাৰ কৰে আজাৰা আৰক্ষীয়ে। 

chatgpt-image-sep-26-2026-01-47-45-pm.png

  মহানগৰীৰ ধাৰাপুৰত ৰুদ্রছ কিটছেন নামৰ হোমষ্টেত উদ্ধাৰ যুৱতীৰ মৃতদেহ।নিমিষা ঠাকুৰীয়াৰ ঘটনাৰ লগত জড়িত অভিযুক্ত আশ্বিক আলী আৰক্ষীৰ জিম্মাত। ২৬ বছৰীয়া আশ্বিক আলীয়ে হত্যা কৰাৰ অভিযোগ নিমিষা ঠাকুৰীয়াক।মহানগৰীৰ ধাৰাপুৰৰ বাসিন্দা দ্বীপ ঠাকুৰীয়াৰ জ্যেষ্ঠ কন্যা আছিল নিমিষা ঠাকুৰীয়াৰ ।নিমিষা ঠাকুৰীয়া গুৱাহাটী বিশ্ববিদ্যালয় পাঁচ বছৰীয়া সংহত পাঠ্যক্ৰমৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী আছিল ।