সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Sat, Sep 2026

আজি তুলসী পূজন দিৱস

আজি তুলসী পূজন দিৱস

আজি তুলসী পূজন দিৱস। হিন্দু ধৰ্মত তুলসী গছক অতি পবিত্ৰ আৰু পূজনীয় বুলি গণ্য কৰা হয়। বিশ্বাস অনুসাৰে তুলসী দেৱী হৈছে ভগৱান বিষ্ণুৰ প্ৰিয়, আৰু তুলসী পূজনৰ জৰিয়তে ভক্তসকলে ভগৱান বিষ্ণু তথা লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰে।