সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Sat, Sep 2026

Ticker News

হৰমুজ প্ৰণালী অতিক্ৰমি ভাৰত অভিমুখে ৰাওনা ৩০ খন মালবাহী জাহাজ (30 cargo ships cross the Strait of Hormuz to India)

হৰমুজ প্ৰণালী অতিক্ৰমি ভাৰত অভিমুখে ৰাওনা ৩০ খন মালবাহী জাহাজ (30 cargo ships cross the Strait of Hormuz to India)

আমেৰিকা-ইৰাণৰ চুক্তিৰ সুফল: হৰমুজ প্ৰণালী অতিক্ৰমি ভাৰত অভিমুখে ৰাওনা ৩০ খন মালবাহী জাহাজ (30 cargo ships cross the Strait of Hormuz to India). এতিয়াও ভাৰতমুখী ২৬ খন জাহাজ পাৰ্চিয়ান উপসাগৰত (Persian Gulf) সুৰক্ষিতভাৱে পাৰ হ’বলৈ অপেক্ষা কৰি আছে।

ভেনিজুৱেলাত ভয়ঙ্কৰ ভূমিকম্প : Earthquake in Venezuela

ৰিখটাৰ স্কেলত ক্ৰমে ৭.১ আৰু ৭.৫ মাত্ৰাৰ দুটা তীব্ৰ ভূকম্পনৰ ফলত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছসহ দেশখনৰ কেইবাখনো চহৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ মাত্ৰ ৪০ চেকেণ্ডৰ ব্যৱধানত অহা এই দুটা ধ্বংসাত্মক ভূমিকম্পৰ বাবে ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি দেলচি ৰদ্ৰিগুৱেজে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ #VenezuelaEarthquake

Read More

# E20 পেট্ৰলক লৈ গ্ৰাহকৰ ক্ষোভ : Consumer anger over E20 petrol:

পেট্ৰ’লত ইথানল মিশ্ৰণ কৰাৰ বাবে বাহনসমূহৰ মাইলেজ প্ৰায় ৩% ৰ পৰা ১০% পৰ্যন্ত হ্ৰাস পাব পাৰে, যাৰ ফলত গ্ৰাহক আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হোৱাৰ আশঙ্কা ৷ মাইলেজ হ্ৰাস আৰু ইঞ্জিন বিকল হোৱাৰ আশংকাত ভুগিছে পুৰণি বাহনৰ মালিকে #Consumer anger over E20 petrol: Owners of older vehicles are facing reduced mileage and engine failure

Read More

অসম-অৰুণাচল সীমান্তত ভয়াৱহ ভূমিস্খলন (landslide at Assam-Arunachal border) : বজালীত নৈৰ পানী বাগৰিছে মথাউৰিৰ ওপৰেৰে(River flows over the embankment) #AssamFlood

landslide at Assam-Arunachal border : River flows over the embankment নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে এক ভয়াৱহ পৰিস্থিতিৰ। নামনিৰ পৰা উজনিলৈকে নৈ-উপনৈসমূহৰ পানী বৃদ্ধি পোৱাৰ লগতে পাৰ্বত্য অঞ্চলসমূহত ব্যাপক ভূমিস্খলন l #AssamFlood

Read More

ধেমাজী-লক্ষীমপুৰত ভয়াৱহ বান: (Severe Flood in Dhemaji-Lakhmipur)

ধেমাজী-লক্ষীমপুৰত ভয়াৱহ বান! অৰুণাচলৰ ধাৰাবাহিক বৰষুণৰ ফলত ক্ৰমান্বয়ে জটিল হৈছে পৰিস্থিতি। ঢকুৱাখনাত ৰাজ্যিক ঘাইপথৰ ওপৰেৰে বাগৰিল বানৰ পানী, যাতায়াত ব্যৱস্থা ব্যাহত। জোনাইত বানৰ সংহাৰ, পানীৰ তলত বিস্তীৰ্ণ কৃষিভূমি, মূৰে কপালে হাত দিছে কৃষকে। ঢকুৱাখনাত পথৰ ওপৰেৰে বাগৰিছে পানী ৷

Read More

আন্তৰ্জাতিক যোগ দিৱস : স্বাস্হ্যসন্মত বাৰ্ধক্যৰ বাবে যোগাভ্যাস

চলিত বৰ্ষৰ এই যোগ দিৱসৰ মূল বিষয়বস্তু (Theme) হৈছে 'Yoga for Healthy Ageing' অর্থাৎ 'স্বাস্হ্যসন্মত বাৰ্ধক্যৰ বাবে যোগ'। জীৱনৰ শেষ সময়লৈকে শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় তথা সুস্থ হৈ থকাৰ বাবে যোগাভ্যাসৰ গুৰুত্বক এইবাৰ বিশেষভাৱে তুলি ধৰা হৈছে।

Read More

সাপ্তাহিক বাতৰি পৰিক্ৰমা : Weekly news magazine

শক্তিপীঠ কামাখ্যা ধামত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। ২২ জুনৰ পৰা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা ৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রায় ২৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে গ্রীনফিল্ড শ্বিলং-শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ GI TAG .

Read More

আজি বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস

বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা , অসমীয়া সংস্কৃতিৰ আকাশৰ এক জ্যোতিৰ্ময় নক্ষত্র, যাৰ সৃষ্টিৰ অবিহনে আমাৰ ভাষা-সংস্কৃতি আধৰুৱা, সেইগৰাকী মহান বিপ্লৱী, সুধীন্দ্ৰ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

Read More