"মই Gen-Z ৰ কথা নকওঁ, জ্যেষ্ঠ নাগৰিকৰ কথাহে কম"
"মই Gen-Z ৰ কথা নকওঁ, জ্যেষ্ঠ নাগৰিকৰ কথাহে কম" :মুখ্যমন্ত্ৰী
"মই Gen-Z ৰ কথা নকওঁ, জ্যেষ্ঠ নাগৰিকৰ কথাহে কম" :মুখ্যমন্ত্ৰী
সমগ্ৰ মধ্য অসমজুৰি তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হুংকাৰ মধ্য অসমত অব্যাহত থকা অবৈধ পাহাৰ খনন বন্ধ কৰাৰ লগতে অঞ্চলটোক বানমুক্ত কৰাৰ দাবীত সৰৱ হৈ পৰিছে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা
Read Moreৰাজ্যত পুনৰ চলিব বাল্য বিবাহৰ বিৰুদ্ধে অভিযান
Read More১০মিনিটত ঘটনাস্থলীত উপস্থিত নহ'লে ভৰিব লাগিব ১০,০০০ টকা জৰিমণা GPS ব্যৱস্থাত খেলিমেলি হ’লে দৈনিক ২,৫০০ টকাৰ জৰিমনা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ডাঙৰ সিদ্ধান্ত!
Read Moreনগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচনৰ জ্বৰ
Read More#জলপ্ৰলয়ত বিধ্বস্ত অসমৰ চাহ উদ্যোগ ভাৰতৰ প্ৰথম আৰু এছিয়াৰ দ্বিতীয় সর্বোচ্চ চাহ উৎপাদিত ৰাজ্য অসমত এইবাৰ বানপানীৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাই নহয় অসমৰ অৰ্থনৈতিক পৰিকাঠামো বিধ্বস্ত কৰে।
Read Moreশেহতীয়া সময়ছোৱাত নাগালেণ্ডৰ বিভিন্ন পাহাৰীয়া জিলাত—বিশেষকৈ টিজিট, মোককচাং আৰু টুৱেনচাং সীমান্তত সঘনে ভূমিস্খলন দেখিবলৈ পোৱা গৈছে। পাহাৰ সমূহত হঠাৎ মাটি বহি যোৱা আৰু পকী পথসমূহ ফাট মেলিছে ৷
Read More#AssamFlood #What is the real cause of the devastating floods in three districts of Upper Assam ? শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সম্প্ৰতি সৃষ্টি হোৱা বিধ্বংসী বান আৰু জলপ্ৰলয়ৰ ছবিখনে এক অভূতপূৰ্ব শংকাৰ মাজলৈ ঠেলি দিছে। কিন্তু এই জলপ্ৰলয় কেৱল প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট ধ্বংসলীলাৰ এক ভয়ংকৰ পৰিণতি?
Read More২০২৬ ৰ এছিয়ান গেমছত পোনপটীয়া প্ৰৱেশ ভাৰতীয় ক্রিকেট দলৰ
Read Moreনিৰ্মীয়মাণ ‘তিস্তা ষষ্ঠ পৰ্যায়ৰ জলবিদ্যুৎ প্ৰকল্প’ (Teesta Stage VI Hydroelectric Project)-ৰ এক সুৰংগত সংঘটিত হৈছে আকস্মিক ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত খহি পৰা প্ৰকাণ্ড মাটি আৰু শিলাখণ্ডই সুৰংগটোৰ একমাত্ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়, যাৰ ফলত ভিতৰত কৰ্মৰত শ্ৰমিকসকল কালৰূপী সুৰংগটোৰ ভিতৰতে বন্দী হৈ পৰে।
Read Moreআগতে ‘ডাৱৰ বিস্ফোৰণ’ বা ‘ক্লাউডবাৰ্ষ্ট’ (Cloudburst) শব্দটো শুনিলেই আমাৰ চকুৰ আগত ভাঁহি উঠিছিল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ নাইবা কাশ্মীৰৰ দৰে পশ্চিম হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলবোৰৰ ছবি। কিন্তু সময় সলনি হৈছে। এতিয়া এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডৰ পাহাৰীয়া বুকুটো সঘনাই তাণ্ডৱ চলাবলৈ লৈছে। পাহাৰৰ এই তাণ্ডৱৰ হেতু ভুক্তভোগী হৈ পৰিছে অসম।
Read More