G-7 সন্মিলনৰ মাজতে মোদী-ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ বৈঠক:
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ ট্ৰাম্পে তেওঁক এগৰাকী 'Tough Negotiator' বুলি অভিহিত কৰে।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ ট্ৰাম্পে তেওঁক এগৰাকী 'Tough Negotiator' বুলি অভিহিত কৰে।
দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘটি থকা দ্ৰুত জনগাঁথনিৰ পৰিৱৰ্তনক লৈ অৱশেষত চৰম উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই স্পৰ্শকাতৰ তথা ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত বিষয়টোক গুৰুত্বসহকাৰে লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছে।
Read Moreহৰমুজ প্ৰণালী অৱৰোধ অন্ত পৰিব নেকি ? যুদ্ধজৰ্জৰ বিশ্বলৈ শান্তি ঘূৰি আহিবনে ? দীৰ্ঘদিনীয়া উত্তেজনা আৰু যুদ্ধংদেহী পৰিৱেশৰ অন্ত পেলাই অৱশেষত এক ঐতিহাসিক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰাৰ দিশে আগবাঢ়িছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰান।
Read Moreএম টি চেটেবেলো’ (MT Cetebello) নামৰ বাণিজ্যিক জাহাজখনত শেহতীয়াকৈ সংঘটিত এক ভয়ংকৰ আক্ৰমণত ৩ জন ভাৰতীয় নাৱিকৰ কৰুণ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। এই মৰ্মান্তিক ঘটনাই এতিয়া সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Read Moreনৰেন্দ্ৰ মোদীৰ এই ৪,৩৯৯ দিনৰ কাৰ্যকালে ভাৰতক এক আত্মবিশ্বাসী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিলে ৷ দিল্লী আৰু দিছপুৰৰ মাজৰ দূৰত্ব চিৰদিনৰ বাবে কমি গ’ল। কিন্তু মধ্যবিত্ত শ্ৰেণীৰ জনসাধাৰণ, বৰ্ধিত সামগ্ৰীৰ মূল্য আৰু যুৱ প্ৰজন্মৰ সংস্থাপনহীনতাৰ মাজত ককবকাই আছে ৷
Read Moreপশ্চিম বংগত মমতাক অকলশৰীয়া কৰি সকলোৰে পলায়ন, দিল্লীৰ পৰা কংগ্ৰেছৰ বৃহৎ প্ৰস্তাৱ!
Read More৩০ মে’ ২০২৬ ৰ পৰা ৫ জুন ২০২৬ লৈ গুৰুত্বপূৰ্ণ তথা উল্লেখযোগ্য বাতৰিৰ সবিশেষ
Read Moreহৰমুজ প্ৰণালী হৈছে পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰক সংযোগ কৰা এটা ঠেক জলপথ
Read Moreৰাছিয়াই ভাৰতক হাই-টেক পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান Sukhoi-57 প্ৰস্তাৱ আগবঢ়াইছে
Read Moreইৰাণৰ ওমান উপসাগৰৰ পাৰত অৱস্থিত চাবাহাৰ জাহাজবন্দৰ ভাৰতৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ কৌশলগত প্ৰকল্প।
Read MoreSun Dimming Technology বা সূৰ্যৰ পোহৰ কমোৱা প্ৰযুক্তি হৈছে এক ধৰণৰ উন্নত বৈজ্ঞানিক পৰীক্ষা, যাক মূলতঃ গোলকীয় উষ্ণতা (Global Warming) নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰাৰ পৰিকল্পনা
Read Moreদুদিনীয়া কাৰ্যসূচীৰে তেজপুৰত লিচু উৎসৱ আয়োজন কৰা হয় ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীলৈ উপহাৰ হিচাপে লিচু প্ৰেৰণ কৰে ৷
Read More